গুৱাহাটী : এক আত্মহত্যাৰ ঘটনাই জোকাৰি গৈছে মহানগৰী গুৱাহাটীৰ কাহিলিপাৰা অঞ্চল। এগৰাকী কিশোৰীয়ে আত্মহত্যা কৰাকলৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ।
কাহিলিপাৰাত এগৰাকী কিশোৰীৰ ৰহস্যজনক আত্মহত্যা। আত্মহত্যাৰ দৰে চৰম পথ বাছি লোৱা কিশোৰী গৰাকী চাউথ পইণ্ট বিদ্যালয়ৰ ছাত্ৰী।
লগতে পঢ়ক : জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান : আটক ৯ জনকৈ জুৱাৰী
একাদশ শ্ৰেণীৰ ছাত্ৰী গৰাকীয়ে কিয় আত্মহত্যাৰ দৰে পথ বাছি ললে এই সন্দৰ্ভত বর্তমানলৈকে একো জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।