গোৱালপাৰা-গোৱালপাৰাত পথ দুৰ্ঘটনা। পশ্চিম গোৱালপাৰা সমষ্টিৰ অগপ দলৰ প্ৰাৰ্থী শ্বেখ শ্বাহ আলম দুৰ্ঘটনাত আহত হয়।
চাৰিচকীয়া বাহনৰ খুন্দাত আহত হয় প্ৰাৰ্থীগৰাকী। গোৱালপাৰাৰ মাকৰি অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা।
আহত শ্বেখ শ্বাহ আলমক লগে লগে গোৱালপাৰাৰ চ’লেছ নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয়।