প্ৰতিনিধিত্বমূলক ফটো

গহপুৰঃ ৰাজ্য়ত সান্ধ্য আইন চলি থকাৰ মাজতে গহপুৰত নিশা চোৰে চলালে লুটপাট।

সান্ধ্য আইন চলি থকাৰ সুযোগ লৈ ৬খনকৈ ব্য়ৱসায়িক প্ৰতিস্থান লুটি নিয়ে চোৰে।

দোকান কেইখনৰ ধন থোৱা বাকচ ভাঙি চোৰে লৈ যায় কেইবা হাজাৰো নগদ ধন, লুটি নিয়ে দোকানৰ সা-সামগ্ৰী।

আৰু পঢ়কঃক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ ওপৰত গুৰূত্ব আৰোপ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ

এই চুৰিকাণ্ড গহপুৰ আৰক্ষী থানাৰ পৰা প্ৰায় ১০০ মিটাৰ নিলগত সংঘটিত হয়।

আৰক্ষী থানাৰ নিচেই সমীপতে এইদৰে চুৰিকাৰ্য সংঘটিত হোৱা ঘটনাক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply