গোলাঘাটঃ গোলাঘাটৰ নুমলীগড়ৰ তেলগৰমত ভয়ংকৰ পথ দুৰ্ঘটনা।
ৰখাই থোৱা বাহনত তীব্ৰবেগী মটৰ চাইকেলে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত হয় সৰুপথাৰ সমষ্টিৰ বিজেপি কৰ্মী গণেশ চেত্ৰী।
কোনো পাৰ্কিং লাইট নিদিয়াকৈ পাঞ্জাৱ ইঞ্জিনীয়াৰিং কোম্পানীৰ এখন গাড়ীখন ৰখাই থৈছিল পথৰ দাঁতিত।