গোলাঘাটঃ গোলাঘাটৰ ঢেকীয়ালত বন্যহস্তীৰ তাণ্ডৱ ৷
বন্যহস্তীৰ গচকত প্ৰাণ গ’ল এজনৰ। নিহত লোকজনৰ নাম তৰুণ তামূলী।
লোকজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
কেইবাদিন ধৰি ঢেকিয়ালৰ বিভিন্ন অঞ্চলত প্ৰায় ৬০ টা মান হাতীৰ এটা বৃহৎ জাকে মানুহৰ ঘৰ-বাৰী, খেতি-পথাৰ নষ্ট কৰি তহিলং কৰিছে।
বনবিভাগে হাতীৰ জাকটো খেদিবলৈ আপ্ৰাণ চেষ্টা কৰিছে যদিও ব্যর্থ হোৱা পৰিলক্ষিত হৈছে।
লগতে পঢ়কঃসুশান্তৰ অভিলেখ, ৰূপজ্যোতি ফণীৰো বৃহৎ ব্যবধানত জয়