গোলাঘাটঃ গোলাঘাটত ভুৱা চিকিৎসক আটক।

জিলাখনৰ গৰঙা চাহ বাগিছাৰ পৰা আটক কৰিছে চিকিৎসক জনক।

আটক কৰা চিকিৎসক জনৰ নাম প্ৰাঞ্জল শৰ্মা।

লগতে পঢ়কঃকাৰ্বি সাহিত্য সভাৰ সভাপতি সিদ্ধিনাথ ৰংপিৰ আকস্মিক মৃত্যু

চিকিৎসক ৰূপী প্ৰাঞ্জল শৰ্মাই গুৱাহাটীৰ কোনো চিকিৎসকৰ পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰি চিকিৎসা চলাই আছিল।

গোলাঘাট সদৰ আৰক্ষীয়ে আটক কৰে ভুৱা চিকিৎসক গৰাকীক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply