গোলাঘাটঃ গোলাঘাট জিলাত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে জিলাখন Containment Zone ঘোষণা কৰিবলৈ বাধ্য হৈছে।

তাৰ পাছতো ক’ভিড সংক্ৰমণৰ প্ৰতি জনসাধাৰণৰ কোনো গুৰুত্ব নাই।

বিনা কাৰণত বাহিৰলৈ ওলাই আহে জনসাধাৰণ। যাৰ ফলত প্ৰতিদিনে সংক্ৰমণ বৃদ্ধি পাব ধৰিছে ।

আৰু পঢ়কঃপাণ্ডুৰ বিবিচি ক’লনীৰ দুটাকৈ বাইলেন কন্টেইনমেন্ট জ’ন ঘোষণা

আজিৰে পৰা গোলাঘাট জিলা দুদিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে গোলাঘাট জিলা প্ৰশাসনে।

খুমটাইতো এই বন্ধৰ সম্পূৰ্ণ প্ৰভাৱ পৰিছে। জিলাখনৰ সকলো ব্যৱসায় বাণিজ্য বন্ধ থাকিব। অৱশ্য়ে সকলোৱে এই বন্ধৰ প্ৰতি মুকলিকৈ সমৰ্থন জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply