বোকাজান : বোকাজানত জব্দ ৮ কিলোগ্ৰাম সোণ। আৰক্ষীৰ নাকা তালাচীত জব্দ হয় এই বৃহৎ পৰিমাণৰ সোণ। গ্ৰেপ্তাৰ দুজন সৰবৰাহকাৰী।

কাৰ্বি আংলং জিলাৰ বোকাজানত ডিলাই আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰিছে। নিশা নাকা তালাচীত ডিলাই আৰক্ষীয়ে এখন বাহনৰ পৰা ৪৯ টুকুৰা সোণ জব্দ কৰিছে।

এএছ-০১-ইভি-২৩৫০ নম্বৰৰ এখন বাহনত তালাচী চলাই আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ সোণ জব্দ কৰে। আৰক্ষীয়ে সোণখিনিৰ সৰবৰাহ কাৰ দুজন লোককো গ্ৰেপ্তাৰ কৰিছে।

লগতে পঢ়ক :  অসম আহি পালে ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন

মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি আহি বাহনখন। জব্দকৃত সোণখিনিৰ ওজন প্ৰায় ৮ কিলোগ্ৰাম। আৰক্ষীয়ে অধিক তথ্যৰ বাবে লোক দুজনক জেৰা অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply