গোৰেশ্বৰঃ গোৰেশ্বৰৰ হাজলপাৰা গাঁৱত অৰুণোদয় আঁচনিত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ উত্থাপন হৈছে।

অৰুণোদয় আঁচনিৰ তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱাত হাজলপাৰাবাসী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া।

বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হাজলপাৰা গাঁৱত অৰুণোদয় আচনিৰ নামত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

আৰু পঢ়কঃকামাখ্যা গেটৰ ডেকা হোটেলত নিশা চলিল চোৰৰ চাফাই অভিযান

প্ৰকৃত হিতাধিকাৰীৰ নাম অৰুণোদয় আচনিত অন্তৰ্ভুক্তি নোহোৱাত সৰৱ হৈ উঠিছে হাজলপাৰাবাসী ৰাইজ ৷

গোৰেশ্বৰ অঞ্চলৰ আন কেবাখনো গাওঁৰ প্ৰকৃত হিতাধিকাৰী তালিকাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply