গোৰেশ্বৰঃ গোৰেশ্বৰৰ বৰফুলচকী (চেঁচাপাৰাত ) অদ্ভুত আকাৰৰ ছাগলী পোৱালিৰ জন্ম।

চেঁচাপাৰৰ নৃপেন দাস নামৰ কৃষকজনৰ ঘৰত জন্ম হয় ছাগলী পোৱালিতো।

দেখাত এলিয়েন সদৃশ ছাগলী পোৱালিটোৰ চাবলৈ নৃপেন দাসৰ ঘৰত ভিৰ কৰিছেহি অঞ্চলবাসী ৰাইজে।

জন্মৰ দুই ঘন্টাৰ পিছতেই মৃত্যু হয় ছাগলী পোৱালিটোৰ।

লগতে পঢ়কঃলখিমপুৰত ট্ৰান্সফৰ্মাৰৰ ওপৰত জ্বলি উঠিল এজন যুৱক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,127 other subscribers

Leave a comment

Leave a Reply Cancel reply