গোৰেশ্বৰঃ গোৰেশ্বৰৰ বৰফুলচকী (চেঁচাপাৰাত ) অদ্ভুত আকাৰৰ ছাগলী পোৱালিৰ জন্ম।
চেঁচাপাৰৰ নৃপেন দাস নামৰ কৃষকজনৰ ঘৰত জন্ম হয় ছাগলী পোৱালিতো।
দেখাত এলিয়েন সদৃশ ছাগলী পোৱালিটোৰ চাবলৈ নৃপেন দাসৰ ঘৰত ভিৰ কৰিছেহি অঞ্চলবাসী ৰাইজে।
জন্মৰ দুই ঘন্টাৰ পিছতেই মৃত্যু হয় ছাগলী পোৱালিটোৰ।