গোৰেশ্বৰঃ গোৰেশ্বৰৰ পূব ৰাম গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড।
দাৰে ঘপিয়াই হত্যা কৰিলে এজনক।
সুৰামত্ত যুৱকৰ হাতত প্ৰাণ গ’ল শ্ৰীনন্দ নমঃ দাস (৩২)নামৰ যুৱকজনৰ।
একেখন গাঁৱৰে বিবেকানন্দ নমঃদাসৰ নামৰ লোকজনে সংঘটিত কৰিলে হত্যাকাণ্ড ৷
লগতে পঢ়কঃমাজুলীত নৱ বিবাহিতা মহিলাৰ আত্মহত্যা
পৰিয়ালকেন্দ্ৰিক কাজিয়া ভাঙিবলৈ গৈ আক্ৰমণৰ বলী হ’ল শ্ৰীনন্দ নমঃ দাস ৷
হত্যাকাৰী বিবেকানন্দ নমঃদাসক ৰাইজে খেদি খেদি আটক কৰি গছত বান্ধি উত্তম মধ্যম শোধাই
গতালে আৰক্ষীক৷
বৰ্তমান গোৰেশ্বৰ আৰক্ষীৰ জিম্মাত হত্যাকাৰী ৷