গোৰেশ্বৰঃ গোৰেশ্বৰৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বালাবাৰীত অজগৰ উদ্ধাৰ।

পথাৰত কৃষিকৰ্মত ব্যস্ত থকা গাঁৱৰ একাংশ যুৱকে প্ৰত্যক্ষ কৰে প্ৰকাণ্ড অজগৰডাল।

পথাৰৰ এটা গাঁতৰ পৰা উদ্ধাৰ অজগৰডাল।

লগতে পঢ়কঃবকোত জাল নোটসহ দুজন আটক

অজগৰডাল উদ্ধাৰ কৰি যুৱকসকলে বনবিভাগৰ লোকক খবৰ দিয়ে।

প্ৰায় ৭ ফুট দৈৰ্ঘৰ অজগৰটোৰ ওজন প্ৰায় দহ কিলোগ্ৰাম হ’ব বুলি অনুমান কৰিছে গাঁৱবাসীয়ে।

বন বিভাগৰ লোকে অজগৰটো বৰনদী অভয়াৰণ্যত এৰি দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply