ছয়গাওঁঃজালিয়াতিৰে চাকৰি লোৱা ভুৱা শিক্ষকৰ বিৰুদ্ধে দক্ষিণ কামৰূপৰ গৰৈমাৰীত আৰক্ষীৰ অভিযান ৷

আৰক্ষীৰ অভিযানত পুনৰ আটক হৈছে ভুৱা নিযুক্তি পত্ৰৰে চাকৰি কৰা শিক্ষক এজন ৷

ছয়গাঁও আৰক্ষীয়ে সোমবাৰে সন্ধিয়া চলাইছিল এই অভিযান ৷

গৰৈমাৰীত আটক টপাৰ পথাৰৰ আক্ৰাম হুছেইন নামৰ ভুৱা শিক্ষকজনক।

লগতে পঢ়কঃশিক্ষক বিহীন ভাবেই চলিছে চৰাইদেউ জিলাৰ মাহমৰাৰ শিক্ষানুষ্ঠান

আক্ৰামে ভুৱা নিযুক্তি পত্ৰৰে বাগচা জিলাৰ কাউলী হাইস্কুলত শিক্ষকতা কৰি আছিল।

ইয়াৰ আগদিনাও ছয়গাঁও আৰক্ষীয়ে জোৰশিমুলীৰ ভূৱা টেট শিক্ষক হায়েত আলীক আটক কৰিছিল।

আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply