গৌৰাপুৰঃ গৌৰীপুৰৰ চুপাৰী ঘাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
আৰক্ষীয়ে আটক কৰে বিলাতী সুৰা সহ এজন যুৱকক।
ধৃত যুৱকজনৰ নাম বিট্টু বুলি জানিব পৰা গৈছে। বিট্টু এজন সুৰা ব্যৱসায়ী।
চুপাৰীঘাটৰ এখন দোকানত চলাইছিল এই অভিযান।
এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে এই অভিযানটো চলাইছিল।
উক্ত দোকান খনত নিষিদ্ধ ড্ৰাগছজাতীয় সামগ্ৰীৰ ব্যৱসায় চলি অহাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে।