গুৱাহাটীত জাৰি কৰা হৈছে ১৪৪ ধাৰা। মহানগৰীত নিষিদ্ধ কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী। ৰাজহুৱা স্থানত ৫জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব। কামৰূপ মেট্ৰ’ৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা দিয়া হৈছে এক নিৰ্দেশনা। এই নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি প্ৰতিবাদী শ্লোগান দিয়া লোকসকলক অপৰাধী বুলি গণ্য কৰা হ’ব। Like this:Like Loading... Related Subscribe to EastMojo Assam Enter your email address to receive notifications of new stories by email. Email Address Subscribe Join 7,060 other subscribers