গুৱাহাটীঃ মহানগৰীৰ তেতেলীয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

জালুকবাৰী অভিমুখী ১৬ চকীয়া এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে বিপৰীত দিশৰ পৰা আহি থকা এখন স্কুটী।

YouTube video

দুৰ্ঘটনাত থিতাতে নিহত হয় স্কুটী আৰোহীজন, গুৰুতৰ ভাৱে আহত হয় শিশু, মহিলাসহ ৩গৰাকী।

নিহতজন আমিনগাঁওৰ শম্ভু দে বুলি চিনাক্ত কৰা হৈছে।

আহত কেইজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ NL01AE 9733 আৰু স্কুটীখনৰ নম্বৰ AS01DU4182।

লগতে পঢ়কঃমহানগৰীত নিশা কৰায়ত্ত চোৰসহ,অবৈধ সুৰা ব্যৱসায়ী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply