গুৱাহাটীঃ গুৱাহাটীৰ চান্দমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
ডিভাইডাৰত খুন্দা তীব্ৰবেগী মাহিন্দ্ৰা XUV ৰ।
গাড়ীখনে বিপৰীত দিশৰ পৰা আহি থকা এখন স্কুটীটো খুন্দা মাৰে।
গুৰুতৰ ভাৱে আহত স্কুটী আৰোহী দুজনৰ লগতে মাহিন্দ্ৰা গাড়ীখনৰ চালক।
মাহিন্দ্ৰা গাড়ীখনৰ আৰোহীজন মহানগৰীৰ চান্দমাৰী কলনীৰ বাসিন্দা বুলি জানিব পৰা গৈছে।