গুৱাহাটীঃ মহানগৰীৰ কাহিলীপাৰাত ভয়ংকৰ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই দেৱাল ভাঙি সৰ্বশিক্ষাৰ কাৰ্যালয়ৰ ভিতৰত সোমাল ডাম্পাৰ।

ডাম্পাৰ খনে কাৰ্যালয়টোৰ এটা সভাগৃহৰো অনিষ্ট সাধন কৰে।

দুৰ্ঘটনাত ক্ষতিসাধন হয় আন চাৰিখন বাহনৰো।

নিশা ২বাজি ৩০ মিনিটত এই দুৰ্ঘটনা সংঘটিত হয়। ব্ৰেকফেইল হোৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply