গুৱাহাটীঃ গুৱাহাটীৰ বেহাৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী ১২চকীয়া ট্ৰাকে মহতিয়ালে স্কুটী আৰোহীক।

দুৰ্ঘটনাত থিতাতে নিহত স্কুটী আৰোহী।

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নম্বৰ এন এল ০১ এ এ ০১২৯ আনহাতে স্কুটী খনৰ নম্বৰ এ এছ ০১ ই এইচ ৬১০০।

জালুকবাৰী অভিমুখী পথত সংঘটিত হয় দুৰ্ঘটনাটো।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply