- মহানগৰীৰ পানীখাইতিত অঘটন।
- ৰেলৰ খুন্দাত নিহত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ ছাত্ৰী।
- নিহত ছাত্ৰীগৰাকীৰ নাম শেৱালী সোণোৱাল।
- শেৱালী ডাউন টাউন বিশ্ববিদ্যালয়ৰ ট্ৰমা মেডিকেল বিভাগত অধ্যয়ন কৰি আছিল।
ৰেলৰ খুন্দাত নিহত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ ছাত্ৰী
শেৱালী ডাউন টাউন বিশ্ববিদ্যালয়ৰ ট্ৰমা মেডিকেল বিভাগত অধ্যয়ন কৰি আছিল
