গুৱাহাটী– মহানগৰীত নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰ বেগী বাহনে মহতিয়াই গ’ল পথৰ দাঁতিত ৰৈ থকা এজন যুৱকক।

দুৰ্ঘটনাটোত থিতাতে নিহত হয় জাপৰীগোগৰ যুৱকজনৰ ৷

দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে বাহনখন। কিন্তু একাংশই দুষ্কাৰ্যত লিপ্তক পলুৱাই পঠিওৱাৰ অভিযোগ উত্থাপন কৰিছে।

স্থানীয়লোকে অভিযুক্তক ৰক্ষণা-বেক্ষণৰ অভিযোগ তুলিছে আৰক্ষীৰ বিৰুদ্ধে। চানমাৰী আৰক্ষীৰ ভূমিকাত ক্ষুব্ধ  হৈ পৰিছে স্থানীয় বাসিন্দা ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply