গুৱাহাটীঃ মহানগৰীৰ গড়চুক আৰক্ষীৰ বৃহৎ সাফল্য। ISBTত জব্দ ১৫ কোটি টকাৰ জিলেটিন ষ্টিক।

মেঘালয়ৰ পৰা এছ১৫এচি৪৮৬৭ নম্বৰৰ বলেৰ’ পিক-আপ বাহনেৰে সৰবৰাহ কৰিছিল সামগ্ৰীখিনি।

শ্বিলঙৰ পৰা ৰাণীলৈ সৰবৰাহ কৰিছিল সামগ্ৰী সমূহ।

সামগ্ৰীসমূহৰ সৈতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই সৰবৰাহকাৰী ৰহিম বাদশাহ আৰু আইনুল আলিক।

লগতে পঢ়কঃৰূপহীহাটত বিধায়ক নুৰুল হুদাৰ পুত্তলিকা দাহ কৰি আছুৰ তীব্ৰ প্ৰতিবাদ

এই সামগ্ৰীখিনিৰ সৰবৰাহকাৰী কাদেম আলী ছয়গাওঁ গৰৈমাৰীৰ নিবাসী বুলি জানিব পৰা গৈছে।

কাদেম আলি বহু জেহাদী সংগঠনৰ লগত জড়িত থকাৰ সন্দেহ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply