গুৱাহাটীঃ গুৱাহাটীত আটক বাংলাদেশৰ যুৱক।

গুৱাহাটীৰ জাপৰিগোগত টহল দি থকা অৱস্থাত স্থানীয় ৰাইজে আটক কৰে যুৱকজনক।

আটকাধীন যুৱকজনৰ নাম মহম্মদ ছোহেল ৰাণা।

দুদিন পূৰ্বে ঢাকাৰ পৰা গুৱাহাটীলৈ আহিছিল যুৱকজন।

লগতে পঢ়কঃসোণাপুৰত দুষ্পাপ্য বনৰৌৰ ছাল উদ্ধাৰ

যুৱকজনৰ পৰা উদ্ধাৰ কেইবাখনো বাংলাদেশী নোটৰ লগতে এখন বাংলাদেশৰ পৰিচয় পত্ৰ।

নিশাই যুৱকজনক আটক কৰি দিছপুৰ থানালৈ লৈ যোৱা হয়।

যুৱকজন কেনেকৈ অসমত প্ৰৱেশ কৰিলে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply