গুৱাহাটীঃ মহানগৰীৰ ISBTৰ সমীপত জব্দ কোটি টকাৰ সোণৰ বিস্কুট।
বাছযোগে শিলিগুৰি আৰু শিলিগুৰিৰ পৰা নেপাললৈ সৰবৰাহৰ চেষ্টা কৰিছিল সোণখিনি।
আৰক্ষীয়ে এজন লোককো আটক কৰিছে।আটকাধীন লোকজনৰ নাম যুৱৰাজ অধিকাৰী।
ধৃত যুৱৰাজৰ ঘৰ দাৰ্জিলিঙত।
লগতে পঢ়কঃমহানগৰীত কিশোৰীক দলবদ্ধ ধৰ্ষণ
পেণ্টৰ বেল্টত লুকুৱাই আনিছিল ১০খনকৈ সোণৰ বিস্কুট। জব্দকৃত সোণখিনিৰ ওজন ১.৭০০ কিলোগ্ৰাম। গড়চুক আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে সোণখিনি।