গুৱাহাটীঃ মহানগৰীত পুৱাই আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী।

জালুকবাৰীৰ ফৰেষ্ট গেট এলেকাৰ পৰা আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে এজন ড্ৰাগছসৰবৰাহকাৰী।

লগতে পঢ়কঃচামগুৰিত গণপ্ৰহাৰত ব্যক্তিৰ মৃত্যু

আটকাধীন লোকজনৰ নাম আব্দুল মান্নান।

ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১০টা হেৰ’ইন ভৰ্ত্তি কন্টেইনাৰ আৰু তিনিটা ম’বাইল ফোন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply