গুৱাহাটীঃ গুৱাহাটীত পিষ্টল সহ এজনক আটক।

মহানগৰীৰ লালুং গাৱঁৰ পৰা স্পিচিয়েল টাস্ক ফ’ৰ্চে আটক কৰে লোকজনক।

আটকাধীন লোকজনৰ নাম চিবিলন বসুমতাৰী ।

তেওঁৰ ঘৰ চিৰাঙৰ বলাজাৰ বুলি জানিব পৰা গৈছে।

আৰু পঢ়কঃ অপহৰণ কৰি বলপূৰ্বকভাৱে বিবাহ তাৰ পিছত হত্যাকাণ্ড

ব্যক্তিজনৰ পৰা উদ্ধাৰ ৭০৬৫ এম এম এটা পিষ্টলৰ লগতে ৫ ৰাউণ্ড সজীৱ গুলী।

ব্যক্তিজনে বিক্ৰী কৰিবলৈ আনিছিল পিষ্টলটো।

আৰু পঢ়কঃশোনিতপুৰ জিলাৰ ৰঙাপৰাত ডাইনীৰ সন্দেহত এগৰাকী মহিলাক হত্যা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply