গুৱাহাটীঃ মহানগৰীত অসম ৰাজ্যিক অংগনবাড়ী কর্মী আৰু সহায়িকা সন্থা, সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন আৰু অসম ৰাজ্যিক আশা ইউনিয়নৰ উত্তাল প্ৰতিবাদ।

তিনিটাকৈ সংগঠনৰ শতাধিক কৰ্মচাৰীয়ে তেওঁলোকৰ বিভিন্ন দাবীৰে পৰিৱেশ উত্তাল কৰি তোলে।

লগতে পঢ়কঃকংগ্ৰেছ সভাপতিৰ নেতৃত্বত মঙলদৈত প্ৰতিবাদী কাৰ্যসূচী, ধৰ্ণা, সমদলৰে উত্তাল ৰাজপথ

আঁচনিভুক্ত সকলো কৰ্মচাৰীক নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃত প্ৰদান, দমৰহা বৃদ্ধি আৰু অন্যান্য চৰকাৰী সুবিধাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

চৰকাৰে তেওঁলোৰ দাবী অতি শীঘ্ৰে পূৰণ নকৰিলে অনাগত দিনত ধাৰাবহিক আন্দোলনৰ হুংকাৰ এই সকল প্ৰতিবাদকাৰীৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply