গুৱাহাটীঃ গুৱাহাটীৰ বিৰুবাৰীত নাইট্ৰ’জেন চিলিণ্ডাৰ বিস্ফোৰণ ৷
বিৰুবাৰীৰ উদয়পুৰৰ “ইণ্ডাছ ভিলা” নামৰ বিল্ডিঙত সংঘটিত হৈছে এই ঘটনা।
বিস্ফোৰণত বিধ্বস্ত হৈছে হেমন্ত সাহনী নামৰ লোকজনৰ বাসগৃহ।
কথমপি প্ৰাণ ৰক্ষা পৰিছে পৰিয়ালটো।
হেমন্ত সাহনীৰ ঘৰতৰ কাষতে থকা এটা গেৰজৰ নাইট্ৰ’জেন চিলিণ্ডাৰ বিস্ফোৰণ বাবেই সংঘটিত হৈছে এই ঘটনা।