- মহানগৰীৰ চচলত এখন বলেৰ’ গাড়ীৰ ভিতৰত মৃতদেহ উদ্ধাৰ ।
- মৃতদেহ উদ্ধাৰ হোৱা বলেৰ’ গাড়ীখনৰ নম্বৰ এএছ ০১ বিএম ২৮০৬
- মৃত লোকজন ৰঙিয়াৰ কংকন কলিতা বুলি চিনাক্ত ।
- মহানগৰীৰ কোনো এক কোম্পানীত গাড়ী চালক হিচাপে কৰ্মৰত আছিল কংকন।
- উচ্চ ৰক্তচাপজনিত কাৰণতে কংকনৰ মৃত্যু হোৱাৰ সন্দেহ আৰক্ষীৰ ।
- ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
মহানগৰীৰ চচলত বলেৰ’ গাড়ীৰ ভিতৰত মৃতদেহ উদ্ধাৰ
মহানগৰীৰ কোনো এক কোম্পানীত গাড়ী চালক হিচাপে কৰ্মৰত আছিল কংকন
