• মহানগৰীৰ চচলত এখন বলেৰ’ গাড়ীৰ ভিতৰত মৃতদেহ উদ্ধাৰ ।
  • মৃতদেহ উদ্ধাৰ হোৱা বলেৰ’ গাড়ীখনৰ নম্বৰ এএছ ০১ বিএম ২৮০৬
  • মৃত লোকজন ৰঙিয়াৰ কংকন কলিতা বুলি চিনাক্ত ।
  • মহানগৰীৰ কোনো এক কোম্পানীত গাড়ী চালক হিচাপে কৰ্মৰত আছিল কংকন।
  • উচ্চ ৰক্তচাপজনিত কাৰণতে কংকনৰ মৃত্যু হোৱাৰ সন্দেহ আৰক্ষীৰ ।
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,599 other subscribers

Leave a comment

Leave a Reply Cancel reply