গুৱাহাটীঃ ৰাজ্যত অব্যাহত আছে নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ।

গড়চুক আৰক্ষীয়ে নিশা গোপন খবৰৰ ভিত্তিত এএছ০১এন চি ১৮৪৫ নম্বৰৰ ট্ৰাক খনত অভিযান চলাই জব্দ কৰে ৬৯ কাৰ্টুন নিচাজাতীয় কফচিৰাফ।

বৰাগাওঁৰ পৰা আগৰতলালৈ সৰবৰাহ কথা আছিল সামগ্ৰী খিনি।

লগতে পঢ়কঃধৰ্ষণ কাণ্ডৰ তিনি মাহ উকলি যোৱাৰ পাছতো ধৰ্ষণকাৰীক কৰায়ত্ত কৰিব পৰা নাই আৰক্ষীয়ে

বিস্কুটৰ কাৰ্টুনৰ মাজত কৌশলেৰে সৰবৰাহ কৰিছিল সামগ্ৰী খিনি।

সামগ্ৰী খিনিৰ বজাৰ মূল্য আনুমানিক ১৫ লাখ টকা।

নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ লগত জড়িত ট্ৰাকচালক চাহাদুল ইছলাম আৰক্ষীয়ে আটক কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply