গুৱাহাটীঃ পুনৰ মহানগৰীত নকল টকা উদ্ধাৰ।

মহানগৰ আৰক্ষীৰ বিশেষ শাখা আৰু বশিষ্ট আৰক্ষীৰ ইজিপিডি দলে বশিষ্ঠৰ পৰা জব্দ কৰে প্ৰায় ১৫লাখ নকল টকা।

এম এল ০৭বি ৭৯৯৮ নম্বৰৰ এখন বলেৰ’ গাড়ীৰ পৰা উদ্ধাৰ নকল টকাখিনি। আৰক্ষীয়ে তিনিজন ব্যক্তিকো আটক কৰিছে।

আটকাধীন ব্যক্তি কেইজন মেঘালয়ৰ আৰ. চাংমা(৪৬),গোহাঞ্চ চাংমা (৩৬), চেৰিয়ান মমিন (২৮)।

লগতে পঢ়কঃৰূপহীহাটত বস্তাত ভৰাই থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply