গুৱাহাটীঃ মহানগৰীত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।

লাখটকীয়াৰ ডেনিছ ৰোডৰ ফকৰুদ্দিন আলি আহমেদ ভৱনৰ কাষত থকা এটা জোতাৰ গুদামত সংঘটিত হৈছে এই অগ্নিকাণ্ড।

অগ্নিকাণ্ডত ৬ টাকৈ ঘৰ জ্বলি ভস্মীভূত হয়।

অগ্নিকাণ্ডৰ ফলত প্ৰায় ১৫ লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়।

গেছ চিলিণ্ডাৰৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় লোকৰ।

লগতে পঢ়কঃবোকাজানত এখন ডাম্পাৰৰ পৰা উদ্ধাৰ ৬০ পেকেট ড্ৰাগছ

অতি ব্যস্ত এই ব্যৱসায়িক অঞ্চলটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply