গুৱাহাটীঃ মহানগৰীৰ চানমাৰীত দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।
অনুৰাধাৰ মধুবনৰ ঘৰ নং ১৪ত সংঘটিত হৈছে এই ঘটনা।
এটা পৰিয়ালক দলবদ্ধ আক্ৰমণ কৰে ৩০ জনীয়া এটা দুৰ্বৃত্তৰ দলে।
লগতে পঢ়কঃওৰাং ৰাষ্ট্ৰীয় উদ্যান বাঢ়নী পানীৰ তলত
সম্পত্তি দখলৰ বাবেই এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে।
এই ঘটনাক লৈ এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।