গুৱাহাটীঃ মহানগৰ আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ সোণ।

ভৰলুমুখত দুজন চোৰাং ব্যৱসায়ীৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট, মুদ্ৰা আৰু চেইন ।

ভৰলু আৰক্ষীয়ে AS-02-Z-9705 নম্বৰৰ চাৰিচকীয়া বাহন এখনৰ পৰা উদ্ধাৰ কৰে সোণখিনি ।

লগতে আৰক্ষীয়ে আটক কৰে মনোজ শ্বাহ আৰু আমান আলী নামৰ দুজন চোৰাং ব্যৱসায়ীক।

আৰু পঢ়কঃআই পি এছ বিষয়া নিম্বালকৰৰ নেতৃত্বত এটাৰ পিছত আনটো সাফল্য

জব্দ কৰা সোণখিনিৰ মূল্য প্ৰায় ৫০ লাখ টকা।

এই সোণখিনি নগাঁৱৰ পৰা গুৱাহাটীলৈ বিক্ৰি কৰিবলৈ আনিছিল ব্যৱসায়ী দুজনে ।

বৰ্তমান পশ্চিম গুৱাহাটী জিলা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply