গুৱাহাটী- তৃতীয় লিংগ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তৃতীয় লিংগৰ বাবে পৃথক কক্ষৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ।
চৰকাৰৰ আয়ুস্মান ভাৰত আঁচনিৰ পৰা বঞ্চিত হৈছিল ৰাজ্যৰ তৃতীয় লিংগৰ লোকসকল।ৰাজ্য চৰকাৰক হিতাধিকাৰীৰ তালিকা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিবলৈও নিৰ্দেশ।
ইফালে, ভোটগ্ৰহণৰ দিনা তৃতীয় লিংগৰ বাবে বিশেষ ব্যৱস্থাৰ দাবী।ৰাজ্যিক নিৰ্বাচনী আয়োগলৈ পত্ৰ প্ৰেৰণ তৃতীয় লিংগ কল্যাণ বোৰ্ডৰ।
অধিবক্তা স্বাতী বিধান বৰুৱাই ন্যায়ালয়ত দাখিল কৰিছিল ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন। উক্ত আবেদনৰ ভিত্তিত আদালতে দিলে এই নিৰ্দেশ জাৰি কৰে।