- মহানগৰীৰ ছাত্ৰীবাৰীত অঘটন।
- ছাত্রীবাৰীৰ জি এছ টাৱাৰত এই অঘটন
- লিফ্ট খহি তলত পৰিল শিশুসহ কেইবাগৰাকীয়ো লোক।
- লিফ্টৰ কাৰিকৰী বিজুতিৰ বাবেই সংঘটিত হ’ল এই ঘটনা।
- বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে।
মহানগৰীৰ ছাত্ৰীবাৰীত লিফ্ট খহি তলত পৰিল শিশুসহ কেইবাজনো লোক
লিফ্টৰ কাৰিকৰী বিজুতিৰ বাবেই সংঘটিত হ’ল এই ঘটনা
