গুৱাহাটীঃ মহানগৰীৰ ৰজাদুৱাৰ ঘাটত অঘটন। সাঁতুৰি থকা অৱস্থাতে হঠাৎ ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২বছৰীয়া কিশোৰ৷ আনহাতে সেইটো ঘাটতে মঙলবাৰে গধূলি ৭ বাজি ১১ মিনিটত সন্ধানহীন হৈছিল ছাইদুল ইছলাম নামৰ এজন কিশোৰ৷

ছাইদুলৰ সন্ধানত পুৱাৰে পৰা এছ ডি আৰ এফ,এন ডি আৰ এফে উদ্ধাৰ অভিযান চলাই আছে। ইফালে পুনৰ আজি আন এজন কিশোৰ সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিন্তু বৰ্তমানলৈকে উদ্ধাৰকাৰী দলে এজনৰো সন্ধান লাভ কৰা নাই।

লগতে পঢ়কঃঅসমৰ পাঁচটা জনগোষ্ঠীৰ লোকলৈ খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি ৰাজ্য চৰকাৰৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply