গুৱাহাটীঃ মহানগৰীৰ বামুনীমৈদামৰ বিজি কলনীত চাঞ্চল্যকৰ হত্যাকাণ্ড।
দুৰ্বৃত্তই ডিঙি কাটি পেলাই থৈ গ’ল এজন লোকক।
মৃত লোকজন কাজল চন্দ্ৰ দাস বুলি চিনাক্ত।
ৰেল বিভাগৰ কৰ্মচাৰী আছিল লোকজন।
দেওবাৰৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছিল কাজল চন্দ্ৰ দাস।