গুৱাহাটীঃ মহানগৰীৰ বৰাগাঁৱৰ নিজৰাপাৰত কাৰ্টুনে কাৰ্টুনে জব্দ নিচাযুক্ত দ্ৰব্য। ক্ৰাইম ব্ৰান্স, গড়চুক আৰক্ষীৰ যুটীয়া অভিযানত জব্দ ১০১ বস্তা নিষিদ্ধ ফেন্সিদাইল। ৩০হাজাৰটা ফেন্সিদাইলৰ বটল জব্দ। জব্দ কৰা ফেন্সিদাইলখিনিৰ  আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১২ কোটি টকা । লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩ ড্ৰাগছ সৰবৰাহকাৰীক। আটকাধীন লোককেইজন হাফিজুৰ ৰহমান আৰু মজিবুৰ ৰহমান, মৃদুল মালাকাৰ। হাফিজুৰ ৰহমান,মজিবুৰ ৰহমানৰ ঘৰ মুকালমুৱাত আৰু মৃদুল মালাকাৰৰ ঘৰ পশ্চিম বৰগাঁৱত বুলি জানিব পৰা গৈছে।

মেঘালয় হৈ বাংলাদেশলৈ নিয়াৰ পৰিকল্পনা কৰিছিল নিচাজাতীয় দ্ৰব্যখিনি। পশ্চিম বংগৰ পৰা অনা সামগ্ৰীখিনি গুৱাহাটীত মজুত কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply