গুৱাহাটীঃ মহানগৰীৰ নয়নপুৰত যুৱকৰ ৰহস্যজনক আত্মহত্যা। মৃত যুৱকজনৰ নাম বলেন ডেকা। কি পৰিস্থিতিত যুৱকজনে আত্মহত্যাৰ পথ বাছি ল’লে সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই।
লগতে পঢ়কঃশিৱসাগৰত নৃশংস ঘটনা: সুৰামত্ত স্বামীয়ে দাৰে ঘপিয়ালে পত্নীক
কিন্তু প্ৰেমজনিত কাৰণতে যুৱকজনে আত্মহত্যাৰ পথ বাছি লোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। নয়নপুৰৰ হাউছ নং ১২ত বাস কৰিছিল যুৱকজনে। ভাৰা ঘৰতেই আত্মহত্যা কৰে যুৱকজনে। বলেন গণেশগুৰিৰ ডাৰ্জিলিং ষ্ট’ৰত কৰ্মৰত আছিল ।