গুৱাহাটীঃ গুৱাহাটী ৰেল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ চুপাৰি।
ৰাজধানী এক্সপ্ৰেছৰ পৰা উদ্ধাৰ ৪৪ বেগ চুপাৰি। ডিমাপুৰৰ পৰা আনিছিল চুপাৰিখিনি।
ইফালে কামৰূপ এক্সপ্ৰেছৰ পৰা উদ্ধাৰ ২২ বেগ চুপাৰি। এই চুপাৰিখিনি ডিমাপুৰৰ পৰা হাওৰালৈ সৰবৰাহৰ বাবে ৰেলযোগে লৈ যোৱা হৈছিল।
লগতে পঢ়কঃবোকাখাতত সদৌ অসম চাওঁতাল যুৱ সন্থাৰ নতুন সমিতি গঠন
চুপাৰি খিনি বাৰ্মিজ চুপাৰি হোৱাৰ সন্দেহ কৰিছে ৰেল আৰক্ষীয়ে।
শুকুৰবাৰে পুৱা GRP ৰ অভিযানত জব্দ চুপাৰি খিনি।