গুৱাহাটীঃ কোভিডৰ আতংকত গুৱাহাটী বিশ্ববিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০ গৰাকীকৈ শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কোভিড-১৯।
স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুযায়ী ১১ডিচেম্বৰত কৰা হৈছিল কোভিড পৰীক্ষা।
এই পৰীক্ষাৰ ফলাফলত ২০গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰে কোভিডৰ সংক্ৰমণ।
লগতে পঢ়কঃনগাঁৱত গৰুৰ হাড় আৰু ম’হৰ শিং ভৰ্তি ট্ৰাক জব্দ
কোভিডত আক্ৰান্ত হোৱা শিক্ষাৰ্থীসকল RCC6, RRC5, AT2, AT3 হোষ্টেলৰ।
শিক্ষাৰ্থীসকলক বৰ্তমান চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।