গুৱাহাটীঃ কৃত্ৰিমবানত জলমগ্ন মহানগৰী গুৱাহাটী।

বিভিন্ন ঠাইত আৱদ্ধ হৈ পৰিছে নাগৰিকসকল।

মহানগৰীৰ অনিল নগৰত কৃত্ৰিম বানত মৃত্যু হৈছে এগৰাকী মহিলাৰ।

মৃত মহিলাগৰাকীৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।

এন ডি আৰ এফ বাহিনী উপস্থিত হৈ উদ্ধাৰ কৰিছে মহিলাগৰাকীৰ মৃতদেহ।

লগতে পঢ়কঃমহানগৰীত ভূমিস্খলনত নিহত চাৰিজন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply