হাইলাকান্দিঃ হাইলাকান্দিত কৃষক মুক্তি সংগ্রাম সমিতিৰ উত্তাল প্ৰতিবাদ। জিলাখনৰ বহু অঞ্চলৰ কৃষকে চৰকাৰী বান সাহাৰ্য্য লাভ নকৰাৰ ফলত তীব্ৰ প্ৰতিবাদ সাব্যস্ত ।

২০১৭ চনত হোৱা বানপানীয়ে হাইলাকান্দি জিলাৰ অন্তৰ্গত বহু অঞ্চলৰ বিস্তৰ ক্ষতি সাধন কৰিছিল কিন্তু প্ৰায় চাৰি বছৰ পাছত অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰে বানত ক্ষতিগ্ৰস্ত লোক সকলৰ বাবে ক্ষতিপূৰণ মুকলি কৰিছে কিন্তু হাইলাকান্দি জিলা প্ৰশাসনৰ গাফিলতিৰ বাবে একাংশ কৃষকে পোৱা নাই ক্ষতিপূৰণ।

লগতে পঢ়কঃকঁহৰাৰ বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত গঁড়ৰ খৰ্গ পুনৰ পৰীক্ষণ অভিযান

আগন্তুক দিনৰ ভিতৰত যদি বানপানীত ক্ষতিগ্ৰস্ত প্রকৃত ৰাইজে চৰকাৰী সাহাৰ্য্যৰ ধন নাপায় তেনেহ’লে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ দিয়ে কৃষক মুক্তি সংগ্রাম সমিতিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply