হাইলাকান্দিৰ জলসম্পদ-লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে সৰৱ প্ৰাক্তণ বিধায়ক আনোৱাৰ হুছেইন লস্কৰ।

একাংশ ঠিকাদাৰে সমষ্টিটোত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ।

ঠিকাদাৰসকলে কাম নকৰাকৈ ধন মোকলাই লোৱাৰ অভিযোগ ।

৪.২৩ কোটি টকা উপায়ুক্তৰ জৰিয়তে কাম নকৰাকৈ মোকলাই ল’লে ঠিকাদাৰে ।

সমষ্টিটোৰ কুম কুম বস্তি, বৰৈতলি, নালোৱাক অঞ্চলটোত এনে অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ।

দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক জেলত ভৰাবলৈ মুখ্যমন্ত্ৰীক আহ্বান প্ৰাক্তন বিধায়কগৰাকীৰ।

দিলোৱাৰ হুছেইন লস্কৰ, ছুপ্ৰিম’ কনষ্ট্ৰাকছনৰ বিৰুদ্ধে এই অভিযোগ ।

নিকি কনষ্ট্ৰাকছনে পথ নিৰ্মাণৰ নামত ৫কোটি টকা অধিক ধন আত্মসাৎ কৰাৰ অভিযোগ।

বৰাকত একাংশ বিষয়াৰ নেতৃত্বত ছিণ্ডিকেট আৰম্ভ হোৱা বুলি মন্তব্য প্ৰাক্তন বিধায়কৰ।

লগতে পঢ়ক- বোকাখাতত ট্ৰেভেলাৰে মহতিয়াই নিলে ৯ বছৰীয়া শিশুসহ মহিলাক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply