জামুগুৰিহাটঃ অসম আৰক্ষী দিৱস উপলক্ষে জামুগুৰিহাটৰ কুসুমটোলাস্থিত দ্বাদশ অসম আৰক্ষী বাহিনীৰ উদোগত হাফ মাৰথান প্ৰতিযোগিতা।

YouTube video

পুৰুষ আৰু মহিলা উভয় শাখাত আয়োজন কৰা হাফ মাৰথান প্ৰতিযোগিতাত দুই শতাধিক প্ৰতিযোগিয়ে অংশ গ্ৰহণ কৰে।

প্ৰতিযোগিতাখনিৰ  পতাকা জোকাৰি শুভাৰম্ভ কৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ মাধৱ ৰাজবংশীয়ে ।

লগতে পঢ়কঃ শ্ৰমিকৰ দুখ-যন্ত্ৰণা মই ভালদৰে উপলব্ধি কৰিব পাৰো : ৰামেশ্বৰ তেলী

দ্বাদশ অসম আৰক্ষীৰ বাহিনীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখৰ পৰা চতিয়াৰ গেৰেকী হৈ পুনৰ দ্বাদশ অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত  সামৰণি পৰে প্ৰতিযোগিতাখনি । প্ৰতিযোগিতা খনিৰ শুভাৰম্ভ অনুষ্ঠানত দ্বাদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক প্ৰণৱজ্যেতি গোস্বামীও উপস্থিত থাকে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply