ডিফুঃ কাৰ্বি আংলঙত ভাৰতীয় জনতা পাৰ্টিয়ে অনুস্থিত কৰে স্বাস্থ্য স্বয়ংসেৱক সংঘৰ অভিযান ৷

পূৰ্ব কাৰ্বি আংলংৰ লুম্বাজং মন্দল কমিটিৰ উদ্যোগত ডিফু ক্লাৱত অনুস্থিত হোৱা স্বাস্থ্য পৰীক্ষণ অভিযান শিবিৰত অধ্যক্ষতা কৰে অমিত কেম্পাই ৷

লগতে পঢ়কঃলামডিঙত বৃহৎ পৰিমাণৰ কাঠসহ আটক দুজন

এই অনুষ্ঠানত বিজেপিৰ অসম প্ৰদেশৰ স্বাস্থ্য স্বয়ংসেৱক অভিযানৰ আহ্বায়ক তথা KAACৰ কাৰ্যবাহী সদস্য,বিধায়ক ৰতন টেৰণ উপস্থিত থাকে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply