যোৰহাট : যোৰহাট জিলা বিজেপিৰ নতুন সভাপতি। প্ৰাক্তন বিধায়ক হেমন্ত কলিতাক যোৰহাট জিলা বিজেপিৰ নতুন সভাপতিৰ দায়িত্ব অৰ্পণ।
ভাৰতীয় জনতা পাটিৰ যোৰহাট জিলা সমিতিৰ সভাপতি ৰূপে প্ৰাক্তন বিধায়ক হেমন্ত কলিতাক নিযুক্ত প্ৰদা কৰা হৈছে। ৰাজ্যিক নেতৃতই প্ৰাক্তন বিধায়ক হেমন্ত কলিতাক যোৰহাট জিলা বিজেপিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে।
লগতে পঢ়ক : নিশাৰ ৰাজপথত জ্বলিল যাত্ৰীবাহী বাহন
হেমন্ত কলিতাক যোৰহাট জিলছ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা বুলি দলৰ নেতৃত্বতই সংবাদ মাধ্যমক জানিবলৈ দিছে। উল্লেখ্য কামাখ্যা মোহন দাসে যোৰহাট জিলা বিজেপিৰ সভাপতিৰ পদ ত্যাগ কৰাৰ ঘোষণা কৰিছিল।