লক্ষীপুৰঃ গোৱালপাৰা আৰক্ষীৰ বৃহৎ সফলতা। লক্ষীপুৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য।

ডিএছপি ৰূপজ্য়োতি কলিতাৰ নেতৃত্বত লক্ষীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তিলক চন্দ্ৰ ৰায়, জলেশ্বৰ আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম মালাকাৰ সহ আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰাজভিটা গাঁৱত অভিযান চলাই উদ্ধাৰ কৰে ড্ৰাগছখিনি।

লগতে আৰক্ষীয়ে আটক কৰে ড্ৰাগছ ব্যৱসায়ী জহিৰুল ইছলামক।

জব্দকৃত ড্ৰাগছখিনিৰ আনুমানিক মূল্য প্ৰায় ৫লাখ টকা।

আৰক্ষীয়ে ড্ৰাগছৰ লগতে উদ্ধাৰ কৰে ৯লাখ১৯ হাজাৰ নকল নোট।

আৰক্ষীয়ে ড্ৰাগছ মাফিয়া চক্ৰটোৰ বিৰুদ্ধে অভিযান অব্য়াহত ৰাখিছে।

আৰু পঢ়কঃনামনি মাজুলীৰ মিচামৰাত লুইতৰ ব্যাপক খহনীয়া

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,907 other subscribers

Leave a comment

Leave a Reply