হোজাইঃ হোজাইত নথিপত্ৰ জাল চক্ৰৰ সৈতে জড়িত মহিলাক আটক।
ধৃত মহিলা গৰাকীৰ নাম চোহানা বেগম।
নথিপত্ৰ জাল চক্ৰটোৰ মূল অভিযুক্ত চাবিনা চুলতানা বৰ্তমান পলাতক অৱস্থাত।
আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চাবিনা চুলতানাৰ বাসগৃহত অভিযান চলাই উদ্ধাৰ কৰে বহু ভুৱা নথি পত্ৰ।
পলাতক চাবিনা চুলতানা ঘৰত চোহানা বেগম নামৰ মহিলা গৰাকীয়ে বহু ভুৱা নথি পত্ৰ জমা কৰিছিল।
সম্প্ৰতি হোজাই আৰক্ষীয়ে চোহানা বেগমক মাৰাথন জেৰা চলাই আছে।